Rudra
Kanta
Sarma
> Book Details > Published By অসম সাহিত্য সভা  
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +

  

পাতনি

 প্ৰগতিশীল চিন্তাধাৰাৰ কবি শ্ৰীৰুদ্ৰ শৰ্মাৰ ‘স্বনিৰ্বাচিত কবিতা সংকলন খন ৩ টা খণ্ডত সংগঠিত ৭৬ টা কবিতাৰ সমষ্টি। কবিজনাৰ বাবে কবিতা জীৱন সৰ্বস্ব। সেয়ে বোৱতী নদীৰ দৰে কবিৰ লেখনিত প্ৰৱাহিত হৈ আছে। সংকলনখনৰ প্ৰথম খণ্ডটিৰ নামাকৰণ ‘‘বৃদ্ধি, অলপ আকাশ, এখন পৃথিৱী”। ‘বৃদ্ধি' কবিতাটিত কবিয়ে প্ৰকৃতি জগত আৰু জীৱজগতৰ স্বাভাৱিক ধৰ্মৰ কথা সেঁাৱৰাই ...

ড০ দীপালী ওজা
অৱসৰপ্ৰাপ্ত অধ্যক্ষা
বেলতলা কলেজ, গুৱাহাটী-২৮
Read More +

উপক্ৰমণিকা

মেট্ৰিকুলেচনৰ দেওনা পাৰ হোৱাৰ পৰাই মোৰ চাকৰি জীৱন আৰম্ভ হৈছিল বিভিন্ন অনুষ্ঠানত। ১৯৬২ চনত যোৰহাটৰ আই টি আইত চৰকাৰী চাকৰি হৈছিল আৰু তেতিয়াই সান্নিধ্য লাভ কৰিছিলো পৰম শ্ৰদ্ধাৰ প্ৰয়াত আনন্দ চন্দ্ৰ বৰুৱাদেৱৰ। গিৰিন্দ্ৰ নাৰায়ণ খাতনিয়াৰ অধ্যক্ষ আৰু বৰুৱাদেৱ প্ৰধান সহায়ক। তেখেতৰ লগতে থাকি তেখেতৰ কবিতাৰাজী পঢ়ি বিশেষকৈ ‘কুমাৰ সম্ভৱ', ‘পাপৰিৰ পৰিমল' ...

শ্ৰী ৰুদ্ৰ শৰ্মা
Read More +

প্ৰকাশকৰ একাষাৰ

সৃজনীমূলক, মৌলিক সাহিত্য আৰু অনুবাদ সাহিত্য প্ৰকাশৰ লক্ষ্য আগত ৰাখি যোৱা ১৪১৬ ভাস্কৰাব্দ, ২০০৯ খ্ৰীষ্টাব্দৰ পৰা ধাৰাবাহিকভাৱে হেঙেৰাবাৰী শতদল শাখা সাহিত্য সভাই গ্ৰন্থ প্ৰকাশ কৰি আহি আহি অসম সাহিত্য সভাৰ শতবৰ্ষ সামৰণি মহোৎসৱ ১৪২৪ ভাস্কৰাব্দ ২০১৭ খ্ৰীষ্টাব্দত ভৰি দিছেহি। ধাৰাবাহিকতাৰ বিৰামহীন যাত্ৰা ৰক্ষা কৰাৰ উদ্দেশ্যৰে চলিত বৰ্ষতো তিনিখন মৌলিক গ্ৰন্থ প্ৰকাশৰ ...

মহীধৰ ডেকা
সম্পাদক
হেঙেৰাবাৰী শতদল শাখা সাহিত্য সভা
ওপৰ হেঙেৰাবাৰী, গুৱাহাটী-৩৬
৩০ কাতি ১৪২৪ ভাস্কৰাব্দ
১৭ নৱেম্বৰ ২০১৭ খ্ৰীষ্টব্দ
Read More +


 
Comments