Rudra
Kanta
Sarma

About R. K. Sarma

A Brief Introduction

জন্ম : ১৯৪৩ ৰ জুলাই ২১
জন্ম স্থান : ৰঙামাটি চেউনি গাও
পিতৃ: স্বৰ্গীয় মাণিক চ্ন্দ্ৰ শৰ্মা
মাতৃ : স্বৰ্গীয়া প্ৰেম্দা দেবী


শিক্ষা : ভোলাগুৰি কমলামিৰি হাইস্কুলৰ পৰা ১৯৬০ চনত মেত্ৰিক (গুৱাহাটি বি:) আৰু জে.বি. কলেজ, যোৰহাটৰ পৰা ১৯৬২ ত আইকম ১৯৬৫ বি.কম. আৰু কৰ্মৰত সময়ত ভালেমান জাতীয় শিক্ষানুস্থানৰ পৰা বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম সুখ্যাতিৰে সমাপ্ত।

More +

চাকৰি কাল : কিছুদিনৰ স্কুলত শিক্ষকতা, ষ্টেট বেংকৰ ভালেমান শাখাৰ প্ৰবন্ধক, ষ্টেট বেংকৰ ট্ৰেইনিং সংস্থাত শিক্ষকতা আৰু ভাৰতৰ বিভিন্ন প্ৰদেশৰ মুখ্য চহৰ আৰু মফচলত কাম কৰা অভিজ্ঞতা আৰু সৰ্বশেষত অৰুনাচল প্ৰদেশৰ একমাত্ৰ গ্ৰামীণ বেংকৰ অধ্যক্ষ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ অন্তত ২০০১ চনৰ ৩১ মাৰ্চত অৱসৰ গ্ৰহণ।

বৰ্তমান : উত্তৰ দিশপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ সদস্য, কোষাধ্যক্ষ। হেঙেৰাবাৰী শতদল শাখা সাহিত্য সভাৰ আজীৱন সুহৃদ পৰিয়ালৰ মূৰব্বী সদস্য, কোষাধ্যক্ষ আৰু বহুতো সামাজিক সংস্থাৰ লগত জৰিত সদস্য, উপদেষ্টা আদি।

কবিতা প্ৰবন্ধ আদি স্কুলীয়া দিনৰ পৰাই আৰম্ভ কৰি বৰ্তমানলৈ বহুসংখ্যক কবিতা বিভিন্ন আলোচনী, মূখপত্ৰ কাকত আদি প্ৰকাশ পাই আহিছে। কেইবাখনো সংম্ভাব্য কিতাপৰ পাণ্ডলিপি সমাপ্ত কৰা হৈছে।

Latest Book


"ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন"

Published by

অসম সাহিত্য সভা
হেঙেৰাবাৰী শতদল শাখা
Read More +
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী

Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি

Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি

Read More +