Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী

বৃদ্ধিঃ

বুদ্ধি বৃদ্ধি, শৰীৰ বৃদ্ধি
বৃদ্ধি সকলো জীৱিতৰ
সেয়াই ধৰ্ম, সেয়াই প্ৰকৃতি, বিশ্ব ব্ৰহ্মাণ্ডৰ।
ক্ষুদ্ৰ কায়াৰো বৃদ্ধিৰ ধৰ্ম
তাতো বৰ্ত্তি থাকে বিজ্ঞান আৰু আদৰ্শ।
কৰ্ষণত বৃদ্ধি হয় কৃষি
মানুহৰ মগজুত জ্ঞান
আমৰণ, অফুৰন্ত।  
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +