Rudra
Kanta
Sarma
> Book Details > ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন > Published By অসম সাহিত্য সভা  
ৰুদ্ৰ শৰ্মাৰ তিনি খণ্ডৰ এটি স্বনিৰ্বাচিত কবিতা সংকলন
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী

অভিজ্ঞতা

নিজে সাৱতি লওঁ বাৰে বাৰে
যত আবোধ্য যাতনা
এমোকাৰ সুখৰ বাবে বাচি লওঁ
যত কন্দাৰ বাসনা
মিলনৰ বাকৰিত থাকি অসহায় লাগিলে
প্ৰতিক্ষণত নুমাব খোজো বিৰহৰ জুই।
যেতিয়া ঈশ্বৰক দোষ দি ভাগৰ লাগে
তেতিয়া ভক্তিৰ অশ্ৰুজল অহৰহ সৰে।
ভালৰো ভালবোৰ বিচাৰি
উজতি খাওঁ বাৰে বাৰে
তেতিয়াহে বুজি পাওঁ
অমৃত মজুত থাকে নিজৰ ঘৰতে।
 
Comments
প্ৰথম খণ্ড - বৃদ্ধিঃ অলপ আকাশ এখন পৃথিৱী
Read More +
দ্বিতীয় খণ্ড - শাশ্বত দৃষ্টিঃ মোৰ অস্তিত্ব আদি
Read More +
তৃতীয় খণ্ড - সংবেদ্য কবিতাঃ স্মৃতি প্ৰশস্তি ইত্যাদি
Read More +